Posts

ইংলেণ্ডৰ গাঁওৰ অবিস্মৰণীয় অভিজ্ঞতা

Image
মোৰ আৰু এখন কিতাপ উপলব্ধ ... কিতাপখনৰ এই সংস্কৰণটো বৰ্তমান উপলব্ধ নহয়। সংশোধিত দ্বিতীয় সংস্কৰণখন এতিয়া ক্ৰয়ৰ বাবে উপলব্ধ। দ্বিতীয় সংস্কৰণখন

জীৱনটো শক্তিশালী কৰোঁ আহক

Image
মোৰ প্ৰথম ই-বুকখন উপস্থাপন কৰিছো ... জীৱনত সফলতাৰ বাবে প্ৰয়োজনীয় বুলি বিবেচনা কৰা আৰু পেছাদাৰী জীৱনত ব্যক্তিগতভাৱে সন্মুখীন হোৱা গুণসমূহ এই কিতাপখনত অন্তৰ্ভুক্ত কৰা হৈছে। সাধাৰণ মানুহে সহজে বুজিবলৈ মই এই কিতাপখন অসমীয়া আৰু ইংৰাজীৰ সংমিশ্ৰণেৰে লিখিছো। কিতাপখনৰ প্ৰাথমিক উদ্দেশ্যপ্ৰণোদিত দৰ্শক হৈছে ছাত্ৰ-ছাত্ৰী আৰু প্ৰাৰম্ভিক কেৰিয়াৰত কৰ্মৰত পেছাদাৰী লোকসকল, আনহাতে মই বিশ্বাস কৰোঁ যে ই সকলোৰে বাবে উপকাৰী হ’ব। এই ই-বুকখন বিক্ৰীৰ বাবে নহয়, আপুনি যিমান বিচাৰে সিমান মানুহৰ লগত শ্বেয়াৰ কৰিবলৈ আদৰণি জনোৱা হʼল। Get the eBook in ePub format. গুগল প্লে বুকছ (Play Books) এপত কেনেকৈ পঢ়িম? Download Get the eBook in azw3 format. আমাজন কিণ্ডল (Kindle) এপত কেনেকৈ পঢ়িম? Download Get the eBook in mobile friendly pdf format. Download