ইংলেণ্ডৰ গাঁওৰ অবিস্মৰণীয় অভিজ্ঞতা

মোৰ আৰু এখন কিতাপ উপলব্ধ ...
কিতাপখনৰ দ্বিতীয় সংস্কৰণৰ কাম চলি আছে।
অতি সোনকালে কিতাপখন বিক্ৰীৰ বাবে উপলব্ধ হ’ব।
ইংলেণ্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো।
অফিচৰ কামৰ সূ্ত্ৰে মই ৱৰ্থিং (Worthing) নামৰ দক্ষিণ ইংলেণ্ডত অৱস্থিত এখন ঠাইলৈ গৈ থাকিব লগা হৈছিল, বহু বছৰ, বহু বাৰ। এই ঠাইখনত দেখা শুনা বস্তুবিলাক মই ইয়াত লিখিছো।
ইংলেণ্ডৰ গাঁৱৰ ঘৰ, পৰিবহণ ব্যৱস্থা, ৰাস্তা-ঘাট, গাড়ী, জলবায়ু, দোকান-পোহাৰ, হোটেল আৰু ইয়াৰ কোঠাবোৰ, সিহঁতৰ মানুহৰ খাদ্য, মানুহৰ জীৱন শৈলী... এই সকলোবোৰৰ বিষয়ে ইয়াত পঢ়ক।

Comments

  1. Bohut bhal lagil pohi aru pohiboloi pam buli asa korilu

    ReplyDelete
    Replies
    1. কিতাপখন পঢ়ি ভাল পোৱাৰ বাবে ধন্যবাদ।

      Delete
  2. Rajib, khubei bhal lagil porhi. Iman xabolil bhabe likhisa je nijei jua Jen lagil

    ReplyDelete
    Replies
    1. কিতাপখন পঢ়ি ভাল পোৱাৰ বাবে ধন্যবাদ।

      Delete
  3. "গাওঁৰ " নহয় ; অসমীয়া ভাষাত --- গাঁৱৰ হয় ।
    - Vasundhara Vasundhara

    ReplyDelete
  4. গাওঁৰ নহয় গাঁৱৰহে হ'ব লাগিছিল।
    - Jogot Bora

    ReplyDelete
  5. Congrats. Anxious to read
    - Simanta Goswami

    ReplyDelete
  6. O bhideu pohilu dai bohut bhal lagil
    - স্মৃতি কুলদীপ গোস্বামী বৰুৱা

    ReplyDelete
  7. সূন্দৰ পদক্ষেপ,,,, ভবিষ্যতে ইয়াতকৈ বেছি সফলতা পোৱাৰ বাবে আশীৰ্বাদ কৰিছোঁ
    - Mridul Kr Thakuria

    ReplyDelete
  8. কিতাপ কৰা
    - Dhiraj Kumar Deka

    ReplyDelete
  9. কিছু অংশ পঢ়িলো। ভাল লাগিল। সাৱলীল আৰু সুখ পাঠ্য হৈছে। আৰু আগলৈ ভাল হ'ব।লিখি গৈ থাকা
    - Upendrajit Saharia

    ReplyDelete
  10. সুন্দৰ পদক্ষেপ
    - Kalpana Das

    ReplyDelete
  11. Porhi bor bhal lagil..moi share kori disu
    - Chandra Mohan Das

    ReplyDelete
  12. পঢ়ি আছো ৰাজিব, ভাল লাগিছে পঢ়ি
    - Barnali Goswami

    ReplyDelete
  13. সুন্দৰ ভাল লাগিল পঢ়ি ।
    - Padumi Pathak Kalita

    ReplyDelete
  14. কিতাপ খন পঢ়ি ভাল লাগিল । ৪০ পৃষ্ঠালৈকেহে পঢ়িব পাৰিলো কাৰণ বাকী অংশ ডাউনলোড কৰিব পৰা নাই । নিজেও ইংলেণ্ড গৈছো গতিকে অভিজ্ঞতা খিনি নিজৰ লগত খাপ খোৱাৰ বাবে বেছি ভাল লাগিল ।
    - Mrinal Sarma

    ReplyDelete
    Replies
    1. সম্পুৰ্ণ কিতাপ খন পঢ়িলো। ভাল লাগিল।
      - Mrinal Sarma

      Delete
  15. গাওঁৰ > গাৱঁৰ হব। শুধৰাই থোৱা ভাল।
    - Arun Baruah

    ReplyDelete
  16. দুয়োখন কিতাপেই পঢ়িলোঁ । ভাল লাগিল।
    - Binoa Rajbongshi

    ReplyDelete
  17. গাঁৱৰ শব্দটো যদি গাঁও মানে মানুহৰ বসতি স্থান বুজিইছে চন্দ্ৰ বিন্দু গা ওপৰত দিয়ক৷গাওঁ হ’লে গান গোৱাহে বুজাব
    - Kajori Kakoti

    ReplyDelete

Post a Comment